২০১০ চনত (বৰ্ষত)ৰাষ্ট্রীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠনে, অসম ৰাজি্যক এইড্চ নিয়ন্ত্ৰণ সংস্থা আৰু ব্লাড মোবাইল বাচৰ উদ্ঘাটন কৰে | অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ দ্বাৰা আনূষ্ঠানিক ৰূপত উদ্ঘাটন কৰে আৰু আৰ্চ মডেল ৰক্ত বেংক, জি এম চি এইচ ক বিশ্ব ৰক্ত দাতা দিৱস উপলক্ষে ১ ডিচেম্বৰ ২০১০ বৰ্ষত অৰ্পন কৰে |
ব্লাড মোবাইল বাচ সম্পূৰ্ণৰূপে অত্যাধূনিক আৰু উচ্চ প্ৰযূক্তিৰ য'ত ব্লাড সৰবৰাহৰ অপৰিহাৰ্য সূবিধাসমূহ সজ্জিত কৰা হৈছে আৰু ৰক্ত সংৰক্ষণৰ বাবে শীতল ঘৰকো অন্তৰ্ভূক্ত কৰা হৈছে| ইয়াৰ জৰিয়তে অতি সহজেই ৰক্তদান শিবিৰ সমূহ পৰিচালনা কৰিব পাৰি | একেসময়তে চাৰিজন দাতাই বাচৰ ভিতৰত ৰক্তদান কৰিব পাৰে আৰু দূটা টেলিভিচন চেট শয্যাৰ কাষত ৰখা হৈছে|
ব্লাড মোবাইল বাচ মডেলটি (JC 12 HD) জেচি ১২ এইচ ডি চাপ্লাই চেসি নং এমইসিপিপি ৬১২০০৯১০ এ০১৬, ইঞ্জিন নং -২১৮৭৩৮৩১
ক) চালকৰ ক্ষেত্ৰ
খ) দাতাৰ এলেকা
গ) জলপানৰ এলাকা
ক্র.নং | জিলা | ব্লাড বেংকৰ নাম |
---|---|---|
১ | কামৰূপ | ৰাজি্যক আৰ্ট মডেল ব্লাড বেংক |