মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ব্লাড মোবাইল বাচ

২০১০ চনত (বৰ্ষত)ৰাষ্ট্রীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠনে, অসম ৰাজি্যক এইড্চ নিয়ন্ত্ৰণ সংস্থা আৰু ব্লাড মোবাইল বাচৰ উদ্ঘাটন কৰে | অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ দ্বাৰা আনূষ্ঠানিক ৰূপত উদ্ঘাটন কৰে আৰু আৰ্চ মডেল ৰক্ত বেংক, জি এম চি এইচ ক বিশ্ব ৰক্ত দাতা দিৱস উপলক্ষে ১ ডিচেম্বৰ ২০১০ বৰ্ষত অৰ্পন কৰে |

ব্লাড মোবাইল বাচ সম্পূৰ্ণৰূপে অত্যাধূনিক আৰু উচ্চ প্ৰযূক্তিৰ য'ত ব্লাড সৰবৰাহৰ অপৰিহাৰ্য সূবিধাসমূহ সজ্জিত কৰা হৈছে আৰু ৰক্ত সংৰক্ষণৰ বাবে শীতল ঘৰকো অন্তৰ্ভূক্ত কৰা হৈছে| ইয়াৰ জৰিয়তে অতি সহজেই ৰক্তদান শিবিৰ সমূহ পৰিচালনা কৰিব পাৰি | একেসময়তে চাৰিজন দাতাই বাচৰ ভিতৰত ৰক্তদান কৰিব পাৰে আৰু দূটা টেলিভিচন চেট শয্যাৰ কাষত ৰখা হৈছে|

ব্লাড মোবাইল বাচৰ বিৱৰণ:

ব্লাড মোবাইল বাচ মডেলটি (JC 12 HD) জেচি ১২ এইচ ডি চাপ্লাই চেসি নং এমইসিপিপি ৬১২০০৯১০ এ০১৬, ইঞ্জিন নং -২১৮৭৩৮৩১

বৰ্ণনা:

ক) চালকৰ ক্ষেত্ৰ

  • অগ্নিনিৰ্বাপক 2 কেজি : ১
  • এল.চি.ডি. স্ক্ৰীণ ২২ ৰিমোট সহ : ১
  • ডিভিডি : ১
  • সাইৰেনৰ সৈতে পি এ চিষ্টেম : ১
  • ৰাসায়নিক টয়লেট : ১
  • জি পি এস সংযোগ সূবিধা
 

খ) দাতাৰ এলেকা

  • দাতাৰ পাল : ৪
  • হেমো সীল (এ) : ২
  • হেমো সীল (এম): ২
  • হেমো লাইট প্লাং : ৪
  • অম্লজান স্তম্ভক : ২
  • এলসিডি প্ৰজেক্টৰ : ১
  • জাবৰ পেলোৱা পাত্ৰ : ১
 

গ) জলপানৰ এলাকা

  • মাইক্ৰ'ৱেভ অভেন : ১
  • শীতল ঘৰ ১৬৫ লিটাৰ : ১
  • নিষ্কলুষ ইস্পাত বেচিন : ১
 
ক্র.নংজিলাব্লাড বেংকৰ নাম
কামৰূপৰাজি্যক আৰ্ট মডেল ব্লাড বেংক