মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

আমি কোন

  • অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ূক্ত আৰু সচিবৰ অধ্যক্ষতাত ১৯৯৬ চনত পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ স্থাপিত কৰা হৈছিল আৰু সংস্থা পঞ্জীয়ন আইন XXI ১৮৬০ৰ অধীনত আৰ. এছ/কে. এ.এম/২৪০/১৪২ (১৯৯৬-৯৭)পঞ্জীয়ন পূঞ্জীভূত কৰে |