মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

আমাৰ ইতিহাস

  • অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ সংবিধান

    ৰাজ্য়িক পৰিষদ সহযোগীতাৰ স্মাৰক আৰু তাত উল্লিখিত নিয়মাৱলীৰ শাসনাধীন অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মূখ্য সচিবৰ অধ্যক্ষতাত ৪ জূলাই, ২০১৩ ত অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ পূনৰ গঠিত হৈছিল|

    অসম ৰাজ্য়িক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ প্ৰকল্প সঞ্চালক অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ সদস্য সচিবৰূপে নিযূক্তি|

    স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ আয়ূক্ত আৰু সচিবৰ অধ্যক্ষতাত ২০ অক্টোবৰ ২০১৬ত পৰিচালকবৰ্গৰ সভা অনূষ্ঠিত হয়|