মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ব্যক্তি/নিগম বা সংস্থা/ট্ৰাষ্ট/এন. জি.অ.ৰ পৰা লাভ কৰা ৰক্তদান

  • অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ূক্ত আৰু সচিবৰ অধ্যক্ষতাত ১৯৯৬ চনত পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ স্থাপিত কৰা হৈছিল আৰু সংস্থা পঞ্জীয়ন আইন XXI ১৮৬০ৰ অধীনত আৰ. এছ/কে. এ.এম/২৪০/১৪২ (১৯৯৬-৯৭)পঞ্জীয়ন নংত পূঞ্জীভূত কৰা হয়|

    গতিকে ব্যক্তি/সংস্থা/ট্ৰাষ্ট/এন. জি.অ. আদিয়ে ৰক্তদানৰ ক্ষেত্ৰত অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদক পোনপটীয়াকৈ মেইল বা যোগাযোগ কৰিব পাৰে |