মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

এন.অ.চি. পাৰিশ্ৰমিক

  • কোনো আপত্তি নথকা প্ৰমাণ পত্ৰ পাৰিশ্ৰমিক

    ব্লাড বেংকত কোনো আপত্তি নথকা প্ৰমাণ পত্ৰৰ মূল্য মাত্ৰ ৭৫০০ টকা (সাত হাজাৰ পাঁচশ টকা)নির্দিষ্ট কৰা হৈছে|

    ১| পদ্ধতিগত পাৰিশ্ৰমিক ৬০০০ টকা (ছয় হাজাৰ টকা) মাত্ৰ|

    ২| পৰিদৰ্শন পাৰিশ্ৰমিক ১৫০০ টকা (এক হাজাৰ পাঁচশ টকা) মাত্ৰ|

    ------------------------------------------------------------------------------------------------

    মূঠ ৭৫০০ টকা (সাত হাজাৰ পাঁচশ টকা) মাত্ৰ|

    এন.অ.চি. পাৰিশ্ৰমিক জমা দিয়া একাউন্টৰ বিৱৰণ:

    একাউন্টৰ নাম: অসম ৰাজ্য়িক ৰক্ত পৰিবহণ পৰিষদ (এ.এচ.বি.টি.চি.)

    বেংকৰ নাম: আই ডি বি আই বেংক

    একাউন্টৰ নং: ০১৩৬১০৪০০০১৪৫৬৭১

    কাৰ্যালয়ৰ ঠিকনা:

    অসম ৰাজ্য়িক ৰক্ত পৰিবহণ পৰিষদ (এ.এচ.বি.টি.চি.)

    ছয়মাইল, খানাপাৰা, গুৱাহাটী- ৭৮১০২২