মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

সতেজ হিমায়িত প্লাজমাৰ সংস্থান

  • অসম চৰকাৰে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদক অতিৰিক্ত প্লাজমাসমূহ নাক'ৰ দ্বাৰা সমৰ্থিত ব্লাড বেংকৰ পৰা সংগ্রহ কৰি সংৰক্ষণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে |

    এই ভিত্তিত অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদে বূজাবূজিৰ স্মাৰক স্বাক্ষৰ কৰি প্লাজমা আঁচনি বাস্তবায়িত কৰিছে যাতে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদে অসমত অধিক উন্নত ৰক্ত সৰবৰাহ সেৱা আগবঢ়াব পাৰে |