২০১০ চনত ৰাষ্ট্রীয় এইড্চ নিয়ন্ত্ৰণ সংস্থালৈ অসম ৰাজি্যক এইড্চ নিয়ন্ত্ৰণ সমাজে ছয় খন ৰক্ত পৰিবহণ বাহন প্ৰদান কৰে |
ৰক্ত পৰিবহণ বাহনসমূহ বহিৰঙ্গন স্বেচ্ছাকৃত ৰক্তদান শিবিৰৰ পৰা ব্লাড বেংকলৈ আৰু ব্লাড বেংকৰ পৰা ৰক্ত সংৰক্ষণ কেন্দ্ৰলৈ ৰক্ত পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়|
ৰক্ত পৰিবহণ বাহনত চাৰিটাকৈ ৰক্ত সংৰক্ষক শীতল ঘৰ থাকে আৰু প্ৰতিটো শীতলঘৰত ৫০ ইউনিট ৰক্ত সংৰক্ষণ কৰিব পাৰে| সম্পূৰ্ণ ২০০ টা ৰক্তৰ ইউনিট এক সময়ত বহন কৰিব পাৰে |
ক্র.নং | জিলা | ব্লাড বেংকৰ নাম | ৰক্ত পৰিবহণ বাহনৰ সংখ্যা |
---|---|---|---|
১ | কাছাৰ | ব্লাড বেংক, শিলচৰ মেডিকেল কলেজ হস্িপতাল, শিলচৰ, কাছাৰ | ১ |
২ | ডিব্ৰুগড় | ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক এ.এম.চি.এইচ., ডিব্ৰুগড় | ১ |
৩ | গোলাঘাট | ব্লাড বেংক, কে' কে' চিভিল হস্িপতাল, গোলাঘাট | ১ |
৪ | কামৰূপ | ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক, জি' এম' চি, এইচ, গুৱাহাটী | ১ |
৫ | নগাঁও | ব্লাড বেংক, বি' পি' চিভিল হস্িপতাল নগাঁও | ১ |
৬ | শোণিতপূৰ | ব্লাড বেংক, কনকলতা চিভিল হস্িপতাল, তেজপূৰ, শোণিতপূৰ | ১ |
মূঠ | ৬ |
ৰাষ্ট্রীয় এইডচ নিয়ন্ত্ৰণ সংস্থাই, অসম ৰাজি্যক এইডচ নিয়ন্ত্ৰণ সমাজৰ মাধ্যমেৰে প্ৰতিটো ৰক্ত পৰিবহণ বাহনৰ বাবে এজন চালক প্ৰদান কৰে |
অসম ৰাজি্যক এইডচ নিয়ন্ত্ৰণ সমাজে বি টি ভি আৰু পিওলৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়মিত ৰূপত ৰক্ত বেংকক সাহাৰ্য প্ৰদান কৰে |
ক্র.নং | জিলা | ব্লাড বেংকৰ অৱস্থা | বি টি ভি |
---|---|---|---|
১ | কামৰূপ | ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক | ১ |
২ | ডিব্ৰুগড় | ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক | ১ |
৩ | কাছাৰ | মেজৰ ব্লাড বেংক উইথ বি চি এচ ইউ | ১ |
৪ | গোলাঘাট | মেজৰ ব্লাড বেংক | ১ |
৫ | শোণিতপূৰ | মেজৰ ব্লাড বেংক | ১ |
৬ | নগাঁও | মেজৰ ব্লাড বেংক | ১ |