মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰক্ত পৰিবহণ বাহন

২০১০ চনত ৰাষ্ট্রীয় এইড্চ নিয়ন্ত্ৰণ সংস্থালৈ অসম ৰাজি্যক এইড্চ নিয়ন্ত্ৰণ সমাজে ছয় খন ৰক্ত পৰিবহণ বাহন প্ৰদান কৰে |

ৰক্ত পৰিবহণ বাহনসমূহ বহিৰঙ্গন স্বেচ্ছাকৃত ৰক্তদান শিবিৰৰ পৰা ব্লাড বেংকলৈ আৰু ব্লাড বেংকৰ পৰা ৰক্ত সংৰক্ষণ কেন্দ্ৰলৈ ৰক্ত পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়|

ৰক্ত পৰিবহণ বাহনত চাৰিটাকৈ ৰক্ত সংৰক্ষক শীতল ঘৰ থাকে আৰু প্ৰতিটো শীতলঘৰত ৫০ ইউনিট ৰক্ত সংৰক্ষণ কৰিব পাৰে| সম্পূৰ্ণ ২০০ টা ৰক্তৰ ইউনিট এক সময়ত বহন কৰিব পাৰে |

ৰক্ত স্থানান্তৰ বাহনৰ অৱস্থান:

ক্র.নংজিলাব্লাড বেংকৰ নাম  ৰক্ত পৰিবহণ বাহনৰ সংখ্যা
কাছাৰব্লাড বেংক, শিলচৰ মেডিকেল কলেজ হস্িপতাল, শিলচৰ, কাছাৰ
ডিব্ৰুগড়ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক এ.এম.চি.এইচ., ডিব্ৰুগড়
গোলাঘাটব্লাড বেংক, কে' কে' চিভিল হস্িপতাল, গোলাঘাট
কামৰূপষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক, জি' এম' চি, এইচ, গুৱাহাটী
নগাঁওব্লাড বেংক, বি' পি' চিভিল হস্িপতাল নগাঁও
শোণিতপূৰব্লাড বেংক, কনকলতা চিভিল হস্িপতাল, তেজপূৰ, শোণিতপূৰ
  মূঠ

ৰক্ত পৰিবহণ বাহনৰ জনশক্তি:

ৰাষ্ট্রীয় এইডচ নিয়ন্ত্ৰণ সংস্থাই, অসম ৰাজি্যক এইডচ নিয়ন্ত্ৰণ সমাজৰ মাধ্যমেৰে প্ৰতিটো ৰক্ত পৰিবহণ বাহনৰ বাবে এজন চালক প্ৰদান কৰে |

অসম ৰাজি্যক এইডচ নিয়ন্ত্ৰণ সমাজে বি টি ভি আৰু পিওলৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়মিত ৰূপত ৰক্ত বেংকক সাহাৰ্য প্ৰদান কৰে |

ক্র.নংজিলাব্লাড বেংকৰ অৱস্থাবি টি ভি
কামৰূপষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক
ডিব্ৰুগড়ষ্টেট অৱ দা আৰ্ট মডেল ব্লাড বেংক
কাছাৰমেজৰ ব্লাড বেংক উইথ বি চি এচ ইউ
গোলাঘাটমেজৰ ব্লাড বেংক
শোণিতপূৰমেজৰ ব্লাড বেংক
নগাঁওমেজৰ ব্লাড বেংক