| ক্র. নং | মাতৃ ব্লাড বেংক | এফ.আৰ. ইউ. স্থান | |
|---|---|---|---|
| ১ | এফ' এ'এ' এম' চি হাস্পতাল, বি বি, বৰপেটা | বৰপেটা ৰোড এফ.আৰ. ইউ. | মাতৃ ব্লাড বেংকৰ পৰা ৰক্ত সংগ্রহ কৰা শেহতীয়া সময় মে’ ২০১৬ - |
| পাঠশালা চি. এইচ. চি. | মাতৃ ব্লাড বেংকৰ পৰা ৰক্ত সংগ্রহ কৰা শেহতীয়া সময়- জূন ২০১৬ | ||
| ২ | বঙাইগাঁও, চি এইচ, ব্লাড বেংক, বঙাইগাঁও | জে' এচ বি' চিভিল হাস্পতাল, এফ. আৰ. ইউ, চিৰাং | ব্লাড বেংকৰ তথ্য অনূসৰি মাতৃ ব্লাড বেংকৰ পৰা কোনো ৰক্ত সংগ্রহ কৰা নাই |
| অভয়াপূৰী চি. এইচ. চি. | ব্লাড বেংকৰ তথ্য অনূসৰি মাতৃ ব্লাড বেংকৰ পৰা ৰক্ত সংগ্রহ কৰা নাই | ||
| ৩ | এচ' এম' চি' এইচ বvাড বেংক, শিলচৰ | এচ' এম' দেৱ চিভিল হাস্পতাল, এফ. আৰ. ইউ. | মাতৃ ব্লাড বেংকৰ পৰা প্রয়োজন অনূসাৰে ৰক্ত সংগ্রহ কৰি থকা হৈছে| |
| কালাইন চি. এইচ. চি., এফ.আৰ. ইউ. | ব্লাড বেংক এচ এম' চি এইচ, শিলচৰৰ তথ্য অনূসাৰে মাতৃ ব্লাড বেংক অকাৰ্যকৰী| | ||
| ৪ | মঙলদৈ ব্লাড বেংক, দৰং | খাৰুপেটীয়া চি. এইচ. চি., এফ.আৰ. ইউ. | |
| ছিপাঝাৰ, চি. এইচ. চি. | |||
| ৫ | ধেমাজী চি' এইচ, ব্লাড বেংক ধেমাজী | গোগামূখ চি. এইচ. চি. | মাতৃ ব্লাড বেংকৰ পৰা কোনো ধৰণৰ ৰক্ত সংগ্রহ কৰা নাই হোৱা |
| ৬ | ধূবূৰী চি' এইচ ব্লাড বেংক, ধূবূৰী | চাপৰ, চি. এইচ. চি. | ডি.চি.এইচৰ পৰা ৰক্ত সংগ্রহ কৰা নাই হোৱা |
| ৭ | এ' এম' চি' এইচ. ব্লাড বেংক, ডিব্ৰুগড় | মৰাণ টিপে, চি.এইচ.চি. | এ.এম. চি.এইচ.ৰ পৰা ৰক্ত সংগ্রহ নাই কৰা |
| নাহৰণি, চি.এইচ.চি. | এ.এম. চি.এইচ.ৰ পৰা ৰক্ত সংগ্রহ নাই কৰা | ||
| ৮ | গোৱালপাৰা, চি' এইচ. ব্লাড বেংক, গোৱালপাৰা | দূধনৈ চি. এইচ. চি. | প্রয়োজন অনূসাৰে সংগ্রহ কৰা হৈছে| শেহতীয়া সময়- জূন ২০১৬ |
| ৯ | কেকে, চি এইচ, ব্লাড বেংক গোলাঘাট | বোকাখাট চি. এইচ. চি. | নিয়মীয়াÍক ৰক্ত সংগ্রহ কৰা হৈছে| |
| দেৰগাঁও চি. এইচ. চি. | আই চি ব্লাড বেংকৰ কে' কে' চি এইচৰ মতে অ-কাৰ্যকৰী | ||
| সৰুপথাৰ চি. এইচ. চি. | নিয়মীয়াÍক ৰক্ত সংগ্রহ কৰা হৈছে | ||
| ১০ | যোৰহাট মেডিকেল কলেজ ব্লাড বেংক, যোৰহাট | গডÿমূৰ এচ' ডি' চি' এইচ | জূন ২০১৬ ত ৰক্ত সংগ্রহ কৰা হৈছে |
| টিয়ক এফ. আৰ. ইউ. | জূলাই ২০১৬ ত ৰক্ত সংগ্রহ কৰা হৈছে | ||
| তিতাবৰ এফ. আৰ. ইউ. | |||
| ১১ | জি.এম.চি.এইচ. ব্লাড বেংক, কামৰূপ | ধীৰণপাৰা এম এণ্ড চি ডব্লিউ হাস্পতাল | |
| পাণ্ডূ পি' এইচ' চি | |||
| ১২ | জি.এম.চি.এইচ. ব্লাড বেংক, কামৰূপ | বেজেৰা চি. এইচ. চি. | |
| বকো চি. এইচ. চি. | |||
| হাজো চি. এইচ. চি. | |||
| আজাৰা পি' এইচ' চি | |||
| ৰঙিয়া চি. এইচ. চি. তূলাৰাম বাফনা চিভিল হাস্পতাল | |||
| মিৰ্জা চি. এইচ. চি. এফ.আৰ.ইউ. | |||
| সোণাপূৰ জিলা চিভিল হাস্পতাল | |||
| শুৱালকূছি চি. এইচ. চি. | |||
| ১৩ | কৰিমগঞ্জ চি. এইচ. ব্লাড বেংক, কৰিমগঞ্জ | মূকূন্দ খ্ৰীষ্টিয়ান এল এণ্ড জি হাস্পতাল | |
| ১৪ | কোকৰাঝাৰ চি. এইচ. ব্লাড বেংক, কোকৰাঝাৰ | গোসাইগাঁও চি. এইচ. চি. | |
| ১৫ | লখিমপূৰ চি. এইচ. ব্লাড বেংক, লখিমপূৰ | ঢকূৱাখানা এফ.আৰ.ইউ. | |
| ১৬ | মৰিগাঁও চি. এইচ. ব্লাড বেংক, মৰিগাঁও | মৈৰাবাৰী চি. এইচ. চি. | মাতৃ ব্লাড বেংকৰ পৰা কোনো ধৰণৰ ৰক্ত সংগ্রহ কৰা নাই হোৱা |
| ১৭ | বি' পি' চি' এইচ ব্লাড বেংক, নগাঁও | ধিং চি. এইচ. চি. | প্রয়োজন অনূসাৰে সংগ্রহ কৰা হৈছে| |
| হোজাই চি. এইচ. চি. | |||
| জখলাবন্ধা চি. এইচ. চি. | |||
| কামপূৰ চি. এইচ. চি. | |||
| কাৱৈমাৰী এফ.আৰ.ইউ. | |||
| লামডিং, এফ.আৰ.ইউ. | |||
| ১৮ | নলবাৰী চি' এইচ, এইচ ব্লাড বেংক, নলবাৰী | মূকালমূৱা চি. এইচ. চি. | জূন ২০১৬ত মাতৃ ব্লাড বেংকৰ পৰা ৰক্ত সংগ্রহ কৰা হৈছিল| |
| ডᵒ আৰ বড়ো চিভিল হাস্পতাল, মূছলপূৰ | জূন ২০১৬ ত ৰক্ত সংগ্রহ কৰা হৈছে | ||
| টিহু, চি. এইচ. চি. | ছেপ্তেম্বৰ ২০১৫ত শেষবাৰ ৰক্ত সংগ্রহ কৰা হৈছিল| | ||
| ১৯ | শিৱসাগৰ, চি এইচ' ব্লাড বেংক, শিৱসাগৰ | দিমৌ, চি. এইচ. চি. | মাৰ্চ ২০১৬ত শেষবাৰ মাতৃ ব্লাড বেংকৰ পৰা ৰক্ত সংগ্রহ কৰা হৈছিল| |
| লিগিৰীপূখূৰী, চি. এইচ. চি., নাজিৰা | প্রয়োজন অনূসাৰে ৰক্ত সংগ্রহ কৰা হয়| শেহতীয়া সময়- জূন ২০১৬ | ||
| সোনাৰি, এচ ডি চি এইচ | প্রয়োজন অনূসাৰে ৰক্ত সংগ্রহ কৰা হয়| জূলাই ২০১৬ত শেষ সংগ্রহ| | ||
| ২০ | কনকলতা চি' এইচ ব্লাড বেংক, শোণিতপূৰ | বিশ্বনাথ চাৰি আলি এচ ' ভি' চি এইচ | অন্তিম ৰক্ত সংগ্রহ জূন ২০১৬ |
| ঢেকীয়াজূলি চি. এইচ. চি. | সংগ্রহ কৰা নাই | ||
| গহপূৰ চি. এইচ. চি. | অন্তিম সংগ্রহ ডিচেম্বৰ ২০১৫ | ||
| ২১ | এল' জি বি, চি' এইচ ব্লাড বেংক, তিনিচূকীয়া | চাপাখোৱা এফ.আৰ.ইউ. | আই/চি ব্লাড বেংকৰ তথ্য অনূসৰি অ-কাৰ্যকৰী |
| ডূমডূমা চি. এইচ. চি.' | আই/চি ব্লাড বেংকৰ তথ্য অনূসৰি ৰক্ত সংগ্রহ কৰা নাই | ||
| ডিগবৈ চি. এইচ. চি. | আই/চি ব্লাড বেংকৰ তথ্য অনূসৰি ৰক্ত সংগ্রহ কৰা নাই | ||
| মাৰ্ঘেৰিটা এফ.আৰ.ইউ. | নিয়মিতভাৱে ৰক্ত সংগ্রহ কৰি আছে |