| ক্র.নং | জিলা | ব্লাড বেংকৰ নাম | ঠিকনা | |
|---|---|---|---|---|
| ১ | বৰপেটা | এফ' এ' এ' মেডিকেল কলেজ হাস্পতাল | জনিয়া ৰোড, বৰপেটা | |
| ২ | বঙাইগাঁও | বঙাইগাঁও চিভিল হাস্পতাল | উত্তৰ শালমাৰা ৰোড,বঙাইগাঁও | |
| ল’ৱাৰ আচাম হাস্পতাল | চাপগুৰি ৰোড,বঙাইগাঁও | |||
| ৩ | কাছাৰ | ভাৰতীয় ৰেড ক্ৰছ শিশু হাস্পতাল | শিলচৰ, কাছাৰ | |
| শিলচৰ মেডিকেল কলেজ হাস্পতাল (উপাদান পৃথকীকৰণ) | ঘূংগুৰ, শিলচৰ, কাছাৰ | |||
| বৰাক ব্লাড বেংক এণ্ড ক্লিনিকেল ৰিচাৰ্ছ | শিলচৰ, কাছাৰ | |||
| ৪ | চিৰাং | বি' আৰ' পি' এল হাস্পতাল, চালিগাঁও | বি.আৰ.পি.এল., ঢালিগাওঁ | |
| ৫ | দৰং | মঙলদৈ চিভিল হাস্পতাল | মঙলদৈ, দৰং | |
| ৬ | ধেমাজি | ধেমাজি চিভিল হাস্পতাল | ধেমাজি | |
| ৭ | ধূবূৰী | ধূবূৰী চিভিল হাস্পতাল | ঝগৰাৰপাৰ, ধূবূৰী | |
| ৮ | ডিব্ৰুগড় | অসম মেডিকেল কলেজ হাস্পতাল (উপাদান পৃথকীকৰণ) | ডিব্ৰুগড় | |
| আদিত্য ডায়েগন'ষ্টিক হাস্পতাল | চাৰ্কিট হাউচ ৰোড, ডিব্ৰুগড় | |||
| দমনী নাৰ্ছিং হোম | চাৰ্কিট হাউচ ৰোড, ডিব্ৰুগড় | |||
| আইল ইণ্ডিয়া লিমিটেড হাস্পতাল দূলীয়াজান | দূলীয়াজান, ডিব্ৰুগড় | |||
| মাৰোৱাৰী আৰোগ্য ভৱন হাস্পতাল ব্লাড বেংক | জ্যোতিনগৰ,ডিব্ৰুগড় | |||
| শ্ৰীমন্ত শংকৰদেৱ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ | ডিব্ৰুগড় | |||
| ৯ | ডিমা হাচাও | হাফলং চিভিল হাস্পতাল | হাফলং, ডিমা হাচাও | |
| ১০ | গোৱালপাৰা | গোৱালপাৰা চিভিল হাস্পতাল চ’লেছ হাস্পতাল আৰু গৱেষণা (প্ৰা) লি| | আগিয়া ৰোড, গোৱালপাৰা গোৱালপাৰা | |
| ১১ | গোলাঘাট | কে' কে' চিভিল হাস্পতাল | গোলাঘাট | |
| বিৱেকানন্দ কেন্দ্ৰ, এন' আৰ' এল হাস্পতাল | নূমলীগড় | |||
| ১২ | হাইলাকান্দি | এচ' কে' ৰয় চিভিল হাস্পতাল | হাইলাকান্দি | |
| ১৩ | যোৰহাট | যোৰহাট মেডিকেল কলেজ হাস্পতাল (উপাদান পৃথকীকৰণ) | যোৰহাট | |
| এয়াৰফ’ৰ্চ হাস্পতাল | এয়াৰফ’ৰ্চ ষ্টেশ্যন, যোৰহাট | |||
| যোৰহাট লায়ন্স ক্লাৱ ব্লাড বেংক | যোৰহাট | |||
| ১৪ | কামৰূপ (ম) | ডᵒ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান (উপাদান পৃথকীকৰণ) | বিৰুবাৰী, গুৱাহাটী | |
| গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (উপাদান পৃথকীকৰণ) | ভঙাগড়, গুৱাহাটী | |||
| মহেন্দ্ৰ মোহন চৌধূৰী হাস্পতাল | পানবজাৰ, গুৱাহাটী | |||
| দিশপূৰ হাস্পতাল | গনেশগুৰি, গুৱাহাটী | |||
| ডাউন টাউন হাস্পতাল (প্ৰা') লি' (উপাদান পৃথকীকৰণ) | দিশপূৰ, গুৱাহাটী | |||
| সঞ্জীৱনী হাস্পতাল | মালিগাঁও, গুৱাহাটী | |||
| গঙ্গা ব্লাড বেংক (উপাদান পৃথকীকৰণ) | উলূবাৰী, গুৱাহাটী | |||
| গুৱাহাটী স্বায়ূবিজ্ঞান গৱেষণা কেন্দ্ৰ | দিশপূৰ, গুৱাহাটী | |||
| ব্লাড বেংক, উত্তৰ পূব কৰ্কট প্ৰতিষ্ঠান | ন-মাইল, গুৱাহাটী | |||
| হায়াত হাস্পতাল ব্লাড বেংক | ওদালবাক্ৰা, গুৱাহাটী | |||
| ইন্টাৰনেশ্যনেল হাস্পতাল লি' (উপাদান পৃথকীকৰণ) | জি' এছ' ৰোড, খ্ৰীষ্টিয়ানবস্তি গুৱাহাটী | |||
| মাৰোৱাৰী হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ | আঠগাঁও, গুৱাহাটী | |||
| ৰহমান হাস্পতাল | ভি' আই পি' ৰোড, ছয়মাইল | |||
| চেন্ট্ৰেল হাস্পতাল, এন এফ ৰেলৱে | মালিগাঁও, গুৱাহাটী | |||
| ১৫১ বেছ হাস্পতাল | বশিষ্ঠ, গুৱাহাটী | |||
| চহৰীয়া ব্লাড বেংক (উপাদান পৃথকীকৰণ) | জি' এছ' ৰোড, ভঙাগড় | |||
| সূৰক্ষা ব্লাড বেংক, আৰ্য হাস্পতাল | ৰিহাবাৰী, গুৱাহাটী | |||
| ১৫ | কামৰূপ (গ্ৰামীণ) | নাৰায়ণা হৃদয়ালয়া | আমিনগাঁও | |
| গুৱাহাটী স্বায়ূবিজ্ঞান গৱেষণা কেন্দ্ৰ, উত্তৰ গুৱাহাটী | উত্তৰ গুৱাহাটী | |||
| ১৬ | কাৰ্বি আংলং | ডিফূ চিভিল হাস্পতাল | ডিফূ কাৰ্বি আংলং | |
| ১৭ | কৰিমগঞ্জ | কৰিমগঞ্জ চিভিল হাস্পতাল | কৰিমগঞ্জ | |
| ১৮ | কোকৰাঝাৰ | আৰ. এন. বি. চিভিল হাস্পতাল | কোকৰাঝাৰ | |
| ১৯ | লখিমপূৰ | উত্তৰ লখিমপূৰ চিভিল হাস্পতাল | লখিমপূৰ | |
| ২০ | মৰিগাঁও | মৰিগাঁও চিভিল হাস্পতাল | মৰিগাঁও | |
| ২১ | নগাঁও | বি' পি' চিভিল হাস্পতাল | নগাঁও | |
| উত্তৰ পূব ব্লাড বেংক আৰু গৱেষণা কেন্দ্ৰ | নগাঁও | |||
| বিভাগীয় মূখ্য কাৰ্যালয়, ৰেলৱে, লামডিং | লামডিং, নগাঁও | |||
| ২২ | হোজাই | হাজি আব্জূল মজিদ মেমোৰিয়েল হাস্পতাল | হোজাই নগাঁও | |
| ২৩ | নলবাৰী | এছ' এম' কে' চিভিল হাস্পতাল | নলবাৰী | |
| নলবাৰী প্ৰসূতি হাস্পতাল | নলবাৰী | |||
| ২৪ | শিৱসাগৰ | শিৱসাগৰ চিভিল হাস্পতাল | গৌৰীসাগৰ, শিৱসাগৰ | |
| প্ৰগতি হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ | এ' টি ৰোড, শিৱসাগৰ | |||
| অ.এন.জি.চি. লিমিটেড হাস্পতাল | শিৱসাগৰ | |||
| ২৫ | শোণিতপূৰ | তেজপূৰ মেডিকেল কলেজ হাস্পতাল | বিহগুৰি, তেজপূৰ, শোণিতপূৰ | |
| কনকলতা চিভিল হাস্পতাল | তেজপূৰ, শোণিতপূৰ | |||
| ১৫৫ বেছ হাস্পতাল | তেজপূৰ, শোণিতপূৰ | |||
| ২৬ | বিশ্বনাথ | কেথ’লিক হাস্পতাল, বৰগাং | বৰগাং, শোণিতপূৰ | |
| ২৭ | তিনিচূকীয়া | এল. জি. বি. চিভিল হাস্পতাল | তিনিচূকীয়া | |
| ডিৰিয়াল চেন্টাৰ হাস্পতাল | হুগ্ৰীজান, তিনিচূকীয়া | |||
| আই.আই.টি., এ.অ. ডি., ডিগÍব | ডিগÍব | |||
| তিনিচূকীয়া ব্লাড বেংক | চিৰাপট্টী, তিনিচূকীয়া | |||
| চেন্ট্ৰেল হাস্পতাল, ক’ল ইণ্ডিয়া লি. মাৰ্ঘেৰিটা | মাৰ্ঘেৰিটা, তিনিচূকীয়া | |||
| ১৬২ মিলিটাৰী হাস্পতাল | দিনজান, তিনিচূকীয়া | |||