ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লাড বেংকত পোৱা ৰক্তৰ ষ্টকৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰক| আপূনি কৰা সন্ধানৰ ফলাফলস্বৰূপে ব্লাড বেংকসমূহৰ সবিশেষৰ লগত প্ৰতিটো ৰক্ত গোষ্ঠীৰ উপস্থিত থকা ৰক্তৰ পৰিমাণো দেখূওৱা হ’ব| বৰ্তমান আমাৰ ব্লাড বেংকসমূহৰ ক’ত কিমান ষ্টক মজূত আছে ইয়াত দেখূওৱা হ’ব|