মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

স্বেচ্ছাকৃত ৰক্তদান শিবিৰৰ বন্দোৱস্ত কৰা

স্বেচ্ছাকৃত ৰক্তদাতাৰূপে পঞ্জীয়ন কৰক: ইয়াত ক্লিক কৰক

ৰক্তদানৰ লক্ষণ/যোগ্যতাসমূহ:

  • বয়স ১৮ ৰপৰা ৬০ বছৰৰ ভিতৰত
  • ১২.৫ গ্ৰাম/ডি.এল.তকৈ কম হিম'গ্লবিন হ'ব নালাগিব
  • স্বাভাৱিক স্বাস্থ্যৰ লগতে শৰীৰৰ ওজন ৪৫ কিলোগ্ৰামতকৈ বেছি হ'ব লাগিব|