মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰক্তৰ উপস্থিতি পৰীক্ষা

ৰক্তৰ উপস্থিতি পৰীক্ষা: ইয়াত ক্লিক কৰক

ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লাড বেংকত থকা ৰক্তৰ ষ্টকৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰক| আপোনাৰ সন্ধানৰ ফলাফলৰূপে ব্লাড বেংকসমূহৰ সবিশেষৰ লগতে প্ৰতিটো ৰক্ত গোষ্ঠীৰ উপস্থিত থকা ৰক্তৰ পৰিমাণো দেখূওৱা হ'ব| বৰ্তমান আমাৰ ব্লাড বেংকসমূহৰ ক'ত কিমান ষ্টক মজূত আছে ইয়াত দেখূওৱা হ'ল|