মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰাষ্ট্রীয় প্লাজমা প্ৰণালী
  • চৰকাৰে এই আশ্বাস দিব যে সূৰক্ষিত আৰু পৰ্যাপ্ত পৰিমাণৰ প্লাজমা সম্বন্ধীয় সামগ্ৰী ডাক্তৰী চিকিৎসাত ব্যৱহাৰৰ বাবে সূলভ কৰি তোলা হ'ব|
  • প্লাজমাৰ গঠন আৰু বিকাশৰ বাবে প্রেসক্রিপশন ড্ৰাগ মনিটিৰিং প্ৰগাম (PCMP) সমগ্র দেশতে সহজলভ্যতাৰ বাবে যথোচিত সমলৰ ব্যবস্থা কৰা|
  • প্লাজমাৰ পৰা উৎপন্ন হোৱা সামগ্রীসমূহৰ পৰ্যবেক্ষণৰ বাবে যথোচিত নিয়ন্ত্ৰক আৰু আইন প্ৰণয়নকাৰী ব্যবস্থা গ্রহণ কৰা|
  • ৰক্ত উপাদান, প্লাজমা ভগ্নাকৰণ আৰু প্লাজমা সংক্ৰান্তীয় সামগ্রীৰ ক্ষেত্ৰখনত গৱেষণা আৰু উন্নয়নৰ বাবে অনূপ্রেৰণা যোগোৱা|
  • প্লাজমা সংগ্রহ পৰিবহণ, প্ৰক্ৰিয়াকৰণ, উৎপাদন আৰু পি'ডি,এম'পিৰ বিতৰণৰ বাবে ৰক্ত সৰবৰাহ সেৱাৰ মানদণ্ড উন্নত আৰু শক্তিশালী কৰি তোলা|
Downloads
TitleSizeDetail
ৰাষ্ট্রীয় প্লাজমা নীতি ২০০৩753.97 KBswf-image