মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰাষ্ট্রীয় ৰক্ত প্ৰণালী
  • চৰকাৰে তেওঁলোকৰ সূৰক্ষিত আৰু পৰ্যাপ্ত পৰিমাণৰ ৰক্তৰ যোগান, ৰক্তজাত উপাদনসমূহ আৰু ৰক্ত সম্বন্ধীয় দ্ৰব্যসমূহ যোগান ধৰাৰ দায়বদ্ধতা দৃঢ়তাৰে দোহাৰিব |
  • সমগ্র দেশতে ৰক্ত সৰবৰাহ ব্যবস্থাসমূহ গঢ়ি তোলা আৰু পূন:সংগঠিত কৰিবৰ বাবে উপযূক্ত সমলৰ ব্যবস্থা কৰা|
  • ৰক্ত সৰবৰাহ সেৱাসমূহ পৰিচালনা কৰা আৰু এই কাৰ্যসমূহ আধূনিকীকৰণৰ বাবে নৱ প্ৰযূক্তিৰ ব্যবস্থা কৰা|
  • সূৰক্ষিত ৰক্তৰ পৰ্যাপ্ত উপস্থিতি সূনিশ্চিত কৰিবৰ বাবে ৰক্ত দাতাৰ বিষযে সবিশেষ তথ্য শিক্ষা, প্রেৰণা, সংগ্রহ আৰু ধাৰণক্ষমতা সম্বন্ধীয় তথ্যৰ ব্যাপক সজাগতা কার্যক্রম আৰম্ভ কৰা|
  • ৰক্ত আৰু ৰক্ত সম্¤ন্ধীয় দ্ৰব্যসমূহৰ সঠিক ডাক্তৰী ব্যৱহাৰৰ বাবে অনূপ্ৰাণিত কৰা|
  • জনসম্পদ উন্নয়ন আৰু ছটা ৰাষ্ট্রীয় এইড্ছ নিয়ন্ত্রণ সংস্থা ২০০৭ৰ জৰিয়তে জনশক্তি শক্তিশালী কৰা|
  • সংত্ৰমণ চিকিৎসাবিদ্যা আৰু এই সম্বন্ধীয় প্ৰযূক্তিৰ ক্ষেত্ৰখনত গৱেষণা আৰু উন্নয়নৰ বাবে অনূপ্রেৰণা যোগোৱা|
  • ৰক্ত সৰবৰাহ সেৱাসমূহৰ পৰ্যবেক্ষণ আৰু মূল্যায়নৰ বাবে আৰু ব্লাড বেংকসমূহৰ মূনাফা অৰ্জনৰ ব্যবস্থা ৰোধ কৰিবৰ বাবে যথোচিত নিয়ন্ত্ৰক আৰু আইন প্ৰণয়নকাৰী ব্যবস্থা সংগ্রহ কৰা|
Downloads
TitleSizeDetail
ৰাষ্ট্রীয় ৰক্ত নীতি ২০০২674.15 KBswf-image